কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কটোবালkaṭobālaNoun
নগৰ-ৰখীয়া সেনা; যেনে-"প্ৰতি ঘৰে ঘৰে মাতি ফুৰে কটোবাল বাটে বাটে" (কীৰ্ত্তন, ৰলিছলন)।
- কটোৰkaṭoraNoun
বাটি; কোটোৰা; যেনে-"কনক কটোৰ কচু দেখায় হাসিষা" (উষা-পৰিণয়)।
- কটোৱালko.to`.walCommon Noun
এখন নগৰৰ আৰক্ষী বিভাগৰ মুৰব্বী বিষয়া
the head of police of a township
- কটোৱাল্ko.to’.walCommon Noun
আৰক্ষী বাহিনীৰ কণিষ্ঠতম পদবীধাৰী
The lowest ranking member of the police force.
- কটৌ-চালিkaṭau-cāliNoun
এবিধ বনৰীয়া লতা [তাব ঠাৰিডাল তামোলৰ অভাবত পাণৰ লগত খায়]
a kind of wild creeper used with betel- leaf in the absence of arecanut
- কট্ কট্kaṭ, kaṭNoun
টান বস্ত্ত কাটিলে, কামুৰিলে বা আঘাত কৰিলে উঠা শব্দৰ নিচিনা শব্দ
an imitative word used to express the sound like that of biting or striking a hard thing
- কট্ কট্ কৰেAdverb
কামোৰা বা কটাৰ নিচনাকৈ; বৰ দুথ পোবাকৈ
giving a smarting pain
- কট্কটনি
কামোৰণি; কামোৰৰপৰা হোবা বেদনা; যেনে-"ঘাৰ কট্কটনি"
a painful biting sensation
- কট্কটাIntransitive verb
অস্হিৰ হৈ থাক্; কিহবাই কামোৰাৰ নিচিনাকৈ ডেও পাৰি থাক্; শাঁতেৰে নেথাক্; দুষ্টালি কৰ্; যেনে-"ল'ৰাটোবে বৰ কট্কটাই আছে"
to be restless; to be troublesome
- কট্কটীয়াAdjective
অস্হিৰ; ডেও পৰা; কচ্কচীয়া; চঞ্চল; যেনে-"কট্কটীয়া ল'ৰা"
restless; restlessly active
- কট্কিনাkaṭkināAdjective
কৱপণ; চিকটা
niggardly; miserly
- কট্মটীয়াkaṭmaṭīẏāAdjective
টান; কঠিন
hard; difficulty
- কট্মট্কৈ
কষ্টে-মষ্টে
with difficulty
- কটৰীয়াkaṭarīẏāAdjective
ভালকৈ নিসিজা বা কোমল নোহোবা; দুটা (চাউল)
not properly boiled; not soft
- কটৰ্kaṭarNoun
টান বস্ত্তত আঘাত, খুন্দা বা কামোৰ মাৰিলে হোবা শব্দ
an imitative word used to express the sound caused by biting or striking a hard thing
- কটৰ্ কৰে
কটৰকৈ শব্দ কৰি বা তেনে ভাব বোধ কৰাই; অকস্মাৎ বৰ দুখ পোবাকৈ (টান বস্ত্তত মৰা মাৰ বা কামোৰ)
producing a sharp sound; a sudden and smart pain
- কঠkaṭhaNoun
মুথা, কুঁহিলা প্ৰভৱতিৰে কৰা ঢাৰ
a mat made of grass or cork
- কঠত বহুব্যই ভাংkaṭhata, bahubyai, bhām
(আহোম ৰজাৰ কোনো এজনা ডাঙৰীয়াক) পদচ্যুত কৰ্; [তেওঁলোকৰ প্ৰাপ্য থঙা আদি মৰ্য্যাদা কাঢ়ি কঠত বহুওবাটো অপমানৰ কথা।]
to remove from a high position
- কঠনাkaṭhanā
এবিধ বগা, ঘূৰণীয়া ফুল আৰু তাৰ সৰু গছ
a kind of flower
- কঠনীয়াkaṭhanīẏāAdjective
একঠা ধৰা বা সিজাব পৰা; কঠীয়া; আধেৰ ধৰা
holding half a seer or one kaṭhā