কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঝ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঝjha
ব্যঞ্জন বৰ্ণৰ নবম আখৰ
the ninth letter of the consonants
- ঝক্মক্jhakmakNoun
বৰণ বি ৰঙৰ জিলিকনি; বৰণৰ শোভা বা কান্তি
beauty or brilliancy of colours; lustre; glittering
- ঝক্মক্নিNoun
জক্মক্ কৰা কাৰ্য; জকমক কৰা গুণ
the act or quality of being brilliant
- ঝগড়াjhagaṛā
পু. অ. [হি.] বিবাদ; গোচৰ; অপ্ৰীতিকৰ তৰ্কাতৰ্কি
a quarrel; a dispute
- ঝগৰাjhagarā
পু. অ. [হি.] বিবাদ; গোচৰ; অপ্ৰীতিকৰ তৰ্কাতৰ্কি
a quarrel; a dispute
- ঝঙ্কাৰjhaṅkāraNoun
শব্দ; ধ্বনি; মাত
sound; noise; voice
- ঝঞ্ঝাjhañjhāNoun
ধুমুহা।
- ঝট-পট লাগjhot.pot lagVerb-Trans.
কোনো কাৰ্য্যৰ সৈতে জড়িত কৰি বান্ধ খুৱাই পেলা
to involve in or as if in a tangle, snare or mesh
- ঝণ্ডাjhon.daMaterial Noun
এটা প্ৰতীক, মান, চিহ্ন বা মোহৰ হিচাপে ব্যৱহাৰ কৰা সাধাৰণতে আয়তাকাৰ আৰু নিৰ্দ্দিষ্ট ৰং আৰু গঢ়ৰ এটুকুৰা কাপোৰ
A piece of cloth, usually rectangular, of distinctive color and design, used as a symbol, standard, signal, or emblem
- ঝনঝনি
জন্ জন কৰা কাৰ্য।
- ঝনঝনীয়াjhon.jho.ni.yaVerbal Adj.
টকা বা অলংকাৰৰ দৰে শব্দ কৰা ।
ringing sounds as a small bell.
- ঝন্কjhankaNoun
ৰূপ, সোণ আদি ধাতুৰে গঢ়া অলঙ্কাৰ বা সৰু সৰু বস্ত্ত জোকাৰিলে বা লৰচৰ কৰিলে হোবাৰ নিচিনা শব্দ; জন্জন্
an imitative word used to express the sound like the tinkling of coins, ornaments, etc
- ঝমকjhamakaNoun
(পু. অ.) দীপ্তিৰ চকমক; যেনে-"চক্ষুত ঝমক লাগে দেখিতে বিৰিঙ্গ" (কীৰ্ত্তন-ঘোষা)।
- ঝাঁওjhām̐oNoun
এবিধ নৈৰ বালি বা পলসত গজা গছ
a kind of tree with needle-like leaves like those of the pine, which generally grows on the beaches; Tamaris gallica or indica
- ঝাঁও ইটাjha~u i.taMaterial Noun
পুৰি ক’লা কৰা ইটা
bricks blacken by over heating
- ঝাউবনCommon Noun
ইউৰেছিয়া আৰু আফ্ৰিকাৰ শুকান অঞ্চলত পোৱা এবিধ ফুল ফুলা গছ৷
A flowering plants native to drier areas of Eurasia and Africa.
- ঝাওjhāoNoun
জাউ; জাউবন; এবিধ নৈৰ বালি বা পলসত গজা গছ [ইয়াৰ পাতবিলাক খৰিকাৰ নিচিনা গোটা আৰু জোঙা।]
Tamarix Indica
- ঝাঙ্কাjhāṅkāNoun
জকা; পাত্ৰ।
- ঝাঝৰjhājharaNoun
এবিধ কাহৰ বাদ্য।
- ঝাণ্টেjhāṇṭeAdverb
অতি শীঘ্ৰে; তত্ক্ষনাৎ; বেগতে
quickly ; instantly