অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
অসমীয়া বা ৰোমান আখৰ (যেনে ksara), নাইবা ইংৰাজী অৰ্থৰ শব্দ (যেনে king) লিখক।
‘ঙ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
ব্যঞ্জন বৰ্ণৰ পঞ্চম অক্ষৰ। ক বৰ্গৰ পঞ্চম বৰ্ণ। এই আখৰেৰে আৰম্ভ হোবা শব্দ অসমীয়া ভাষাত নাই। "ঙ্গ" এই যুক্তাক্ষৰৰ সলনি অসমীয়াত বহুত ঠাইত "ঙ"-ৰ ব্যবহাৰ হয়; যেনে-ৰঙ্গা; ৰঙা।