← ফুৰি যাওক

কটৰীয়া

kaṭarīẏā

অৰ্থ

1.

ভালকৈ নিসিজা বা কোমল নোহোবা; দুটা (চাউল)

not properly boiled; not soft

বিণ.

2.

ভালকৈ খুন্দ নোখোবা বা গুড়ি নোহোবা (কৰাই, সান্দহ আদি)

not properly beaten or powdered

বিণ.

3.

টান; নীৰস (মাটি)

hard and barren

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ