কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লla
28 সংখ্যাৰ ব্যঞ্জন আখৰ
the twentyeighth consonant letter
- ল'ৰাla'rāNoun
মতা সন্তান; বালক
a male child
- ল'ৰা-কালNoun
ল'ৰা হৈ থকা সময়
child-hood
- ল'ৰা-দামুৰিNoun
কোনো লোকৰ সন্তান-সন্ততি বা ল'ৰা-ছোবালীবিলাক
the children of a family taken collectively
- ল'ৰা-মতীয়াNoun
দেখাত ল'ৰাৰ নিচিনা
looking young
- ল'ৰা-মাইকী
লগত সন্তান থকা তিৰোতা
a woman having a child
- ল'ৰা-লুৰিNoun
কোনো লোকৰ সন্তান-সন্ততি বা ল'ৰা-ছোবালীবিলাক
the children of a family taken collectively
- ল'ৰালিNoun
ল'ৰাৰ স্বভাব
childish conduct
- ল'ৰি-la'ri-Adjective
মানত সৰু (আন বিশেষ্য শব্দৰ আগত যোগ থাকে); যেনে-"ল'ৰি-গোঁহাই; ল'ৰি-মাতৱ"
junior
- ল'ৰি-মাতৱla'ri-mātawaNoun
সৰু আই; মাহী আই; বিমাতৱ; যেনে-"সন্দিকৈৰ জীয়াৰী তেওঁ স্বৰ্গদেবৰ ল'ৰি-মাতৱ, তেওঁক খঙ্গীয়া মেল দি ৰাজমাও নাম প্ৰখ্যাত কৰিলে" (বুৰঞ্জী)
stepmother
- ল`ৰা-দামুৰিCommon Noun
যাৰ দ্বাৰা বংশ ৰক্ষা হয়, এতেকে কোনো ব্যক্তিৰ উত্তৰসূৰী ল`ৰা বা ছোৱালী
The immediate descendants of a person.
- ল`ৰালিAbstract Noun
শিশু অৱস্থা বা সময়
the period or state of being a child
- লংlamNoun
মলক্কা উপদ্বীপত উৎপন্ন হোবা এবিধ গছৰ ফুলৰ কলি [ইয়াক শুকুবাই ঔষধ আৰু মচলাৰূপে ব্যবহাৰ কৰে।]
the unexpanded flower-bud of the clove-tree; caryophyllus aromatious
- লং উৰহীCommon Noun
A crop can be grown throughout the year. It is a vine plant with small bunches of fruits. Tender fruits are used for cooking. The fruit are with long pedicels and swollen tips like bulb.
- লং-কেৰুlam-keruNoun
এবিধ লঙৰ নিচিনা কাণৰ লতিত সুমুবাই পিন্ধা সৰু কেৰু
a kind of ear-ornament
- লং-ক্লথlam-klathaNoun
এবিধ মিহি বগা ধান কাপোৰ
longcloth
- লং-ফুলlam-phulaNoun
লঙৰ আকৱতিৰ ফুল ধৰা এবিধ সৰু লতা-চানেকীয়া গছ আৰু তাৰ সুগন্ধি ফুল
a kind of plant and its flower
- লংকাধিপতিlong.ka.dhi.po.tiProper Noun
ৰামায়নত থকা লংকাৰ এজন ৰাক্ষসৰ ৰজা৷ দহটা মূৰ আৰু বিশখন হাত আছিল আৰু সীতাক অপহৰণ কৰাৰ বাবে ৰামচন্দ্ৰৰ হাতত মৃত্যু হয়৷
Ravana was ten-headed, twenty-armed mythical king of ancient Sri Lanka. with great supernatural power, who is said to have ruled Lanka about 6000 years ago. He plays a major role in Hindu mythology, especially in the Ramayana, where he is mainly depicted negatively as a brute, and most infamously as having kidnapped Rama's wife Sita and being killed by her husband.
- লংকাপতিlong.ka.po.tiProper Noun

- লংকেশlong.kexProper Noun