← ফুৰি যাওক

কট্কটা

অৰ্থ

1.

অস্হিৰ হৈ থাক্; কিহবাই কামোৰাৰ নিচিনাকৈ ডেও পাৰি থাক্; শাঁতেৰে নেথাক্; দুষ্টালি কৰ্; যেনে-"ল'ৰাটোবে বৰ কট্কটাই আছে"

to be restless; to be troublesome

অক. ধা.

2.

উত্তেজিত হ; যেনে-"দেখি আঁখি কটকটাহ দুষ্ট অৰিষ্টৰ" (দশম)

to be excited

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কট্কটা · অসমীয়া অভিধান