কট্কটীয়া
অৰ্থ
1.
অস্হিৰ; ডেও পৰা; কচ্কচীয়া; চঞ্চল; যেনে-"কট্কটীয়া ল'ৰা"
restless; restlessly active
বিণ.
2.
লৰচৰ নোহোবাl নিগাজী; স্হায়ী; যেনে কট্কটীয়া বান্ধ
permanent
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ