কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰra
একুৰি সাত সংখ্যাৰ ব্যঞ্জন আখৰ; ব্যঞ্জনৰ লগত যুক্ত হ'লে ইয়াৰ আকৱতি "" আৰু মূৰত যুক্ত হ'লে ৰেফ "" হয়
the twenty-seventh consonant letter
- ৰ লাগি চাro la.gi saVerb-Trans.
অনুসন্ধিৎসা, আশ্চৰ্য্য, ভয় আদিৰ বশৱৰ্ত্তী হৈ থৰ লাগি চা
look fixedly, esp. in curiosity, surprise, horror, etc
- ৰ ৰ কৰেra, ra, kareAdverb
সোবাদ বা সন্তোষ লগাই; লাহে লাহে; মৱদু মৱদুৰূপে (বতাহ চলাত)
pleasantly; gently
- ৰ'দra'daNoun
সূৰ্য্যৰ তপত ৰশ্মি বা পোহৰ
the sun- shine
- ৰ'দ-কাঁচলিNoun
পুবাৰ নপকা ৰ'দ; কাঁচি ৰ'দ; . অলপ ৰ'দ পৰা ঠাই
the mild sun shine of the morning ; slightly sunny place
- ৰ'দ-কাঁচিয়লিNoun
পুবাৰ নপকা ৰ'দ; কাঁচি ৰ'দ; . অলপ ৰ'দ পৰা ঠাই
the mild sun shine of the morning ; slightly sunny place
- ৰ'দ-ঘাইAdjective
বেছিকৈ ৰ'দ পৰা
sunny; fully exposed to the sun
- ৰ'দাTransitive verb
ৰ'দত দি শুকা
to dry in sunshine
- ৰ'দালীAdjective
ৰ'দ থকা; যেনে-"ৰ'দালী বতৰ"
sunny
- ৰংramNoun
আনন্দ
joy
- ৰং (ঙ)ram, (ṅa)Noun
বৰণ; বগা, ক'লা আদি বৰ্ণ
colour
- ৰং দেrong deVerb-Trans.
ৰং সান, বৰণ লগা।
to put color on something.
- ৰং যাrong jaVerb-Trans.
to become faded or dull in color (of paper, clothe etc) due to seasoning or some other cause.
- ৰং সান্rong xanVerb-Trans.
ৰং সান, বৰণ লগা।
to put color on something.
- ৰং-গছrong-gosMaterial Noun
সেন্দুৰৰ দৰে এবিধ ফোঁট লোৱা বস্তু,তাৰে ফোঁট ল’লে ভৱা মতে কাৰ্য্য সিদ্ধি হয় বুলি মানুহে বিশ্বাস কৰে।
a fabulous substance which,when put on one's forehead is said to give anything desired.
- ৰং-ঘৰram-gharaNoun
ৰং-ধেমালি কৰা, নাচ-গান কৰা ঘৰ; ৰজা বা ডাঙৰ লোকে ৰং-ধেমালি কৰা আৰু তাত বহি বাহিৰত মানুহ, জন্ত্ত আদিয়ে যুঁজ-বাগ কৰা বা আন খেল চোবা ঘৰ [আহোম ৰজাৰ দিনৰ এনে এটা পকা দুমহলীয়া ঘৰ শিবসাগৰ নগৰৰ ওচৰত আছে।]
a pleasure-house; a house for singing and dancing; a stand or house from which sports, etc., are witnessed
- ৰং-চংram-cam
অ. [অনুক.] বি. নানা বৰণৰ ধুন বা শোভা
variegated or brilliant dress or splendour
- ৰং-ধেমালি
কৰা ঘৰ বা ঠাই; যেনে-"প্ৰতিষ্ঠন্ত কৈতো কূপ আৰাম" (কীৰ্ত্তন); . বিন
a pleasure house or garden
- ৰং-ধেমালিram-dhemāliNoun
আমোদ-প্ৰমোদ
merriment
- ৰং-ৰহইচrong-ro.ho.isAbstract Noun
হাঁহি অথবা আনন্দ যোগাব পৰা কোনো বস্তু; আনন্দ যোগোৱা কাৰ্য্য
something that provides mirth or amusement; the act of giving pleasure