কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সsa
ব্যঞ্জনৰ বত্ৰিশ সংখ্যাৰ আকৰ; ইয়াৰ নাম দন্ত্য স; "শ" চোবাঁ
the thirty-second consonant
- স'ৰাsa'rāNoun
ক'লা-সেউজীয়া, সৰু সৰু ডাঠ, ঘূৰণীয়া পাতেৰে এবিধ মজলীয়া আকাৰৰ বনৰীয়া আওকাঠী গছ [ঔষধত ব্যবহাৰ হয়।]
a kind of tree
- সঁচsam̐caNoun
খেতিৰ কাৰণে ৰখা গুটি আদি; কঠীয়া; বিধান; বীজ
seed kept for cultivation
- সঁচাsam̐cāAdjective
সত্য; যথাৰ্থ
real; true
- সঁচা কথা ক’বলৈ হ’লেxo~.sa ko.tha ko``.bo.loi ho``.leAdverb
বাস্তৱত সংঘটিত হোৱা মতে।
as done or happening in real.
- সঁচাকথীয়াxo~.sa.ko.thi.yaProper Adj.
সঁচা কথা কোৱা বা সত্য পথত থকা
expressing the real fact conforming to truth
- সঁচাকৈxo~.sa.koiAdverb
বাস্তৱত সংঘটিত হোৱা মতে।
as done or happening in real.
- সঁচাসঁচিকৈ। সঁচি- ধনAdverb
বি সঁচা বা যথাৰ্থ ধন; হাততে দিয়া টকা; নগদ ধন; সোণ বা ৰূপৰ মোহৰ
cash; ready money; specie
- সঁচাৰsam̐cāraNoun
তলা; পেৰা আদি মৰা বা বন্ধ কৰা যতন; . সঁচাৰ-কাঁঠী বি. সঁচাৰত মৰা আৰু মেলা যতন; চাবি
a look ; a key
- সঁচাৰ-কাঠীxo~.sar-ka.thiMaterial Noun
তলা খুলিব পৰা এক সঁজুলি
A manual device that opens lock
- সঁচৰুৱাMaterial Noun
হাতত পিন্ধা এবিধ অলঙ্কাৰ |
Jewellery worn around the wrist for decoration.
- সঁজতুবাsam̐jatubāAdjective
বিশ্বাসী; . সঁজাত [সং. সঞ্জাত] বি. বিশ্বাস; প্ৰত্যয় . সঁজাতী বি. কোনো কথাৰ চয়-নিচয় জানিবলৈ পঠোবা বিশ্বাসী মানুহ; আমীন
faithful; trustworthy ; faith belief ; one deputed to ascertain the truth or otherwise of a thing; an officer deputed to make a local enquity
- সঁজতুৱাxo~.jo.tu.waProper Adj.
যাক বিশ্বাস বা ভৰষা কৰিব পৰা যায়
one who can be believed or relied upon
- সঁজাxo~.jaMaterial Noun
জীৱ-জন্তু বা চৰাই-চিৰিকটি পলাই যাব নোৱাৰাকৈ ধৰি থবলৈ সজাঁ ঘৰ বা বেস্তনি৷
Structure of bars or wires, esp. for confining birds and animals.
- সঁজাতsam̐jātaNoun
বিশ্বাস
faith
- সঁজাতীsam̐jātīNoun
বিশেষ উদ্দেশ্য পঠোদ্বা লোক
one specially deputed for a purpose
- সঁজাতী দলxo~.ja.ti dolCommon Noun
কোনো সংগঠন, দেশ আদিক প্ৰতিনিধিত্ব কৰা ব্যক্তি (প্ৰতিনিধি) ৰ দল৷
a group of delegates i.e. those who represent an organization, country etc.
- সঁজালsam̐jālaNoun
নকৈ ৰোবা পুলিয়ে জঁই পৰাৰ পাছত ধৰা ঠন বা শ্ৰী
revival to freshness after decay, as a newly transplanted plant
- সঁজাল ধৰ্Verb-Trans.
জীপ পাই সজীৱ হৈ উঠ্।
to regain freshness.
- সঁজাল্sam̐jālTransitive verb
নৰিয়াৰ পাছত সৰল বা পুষ্ট কৰ (গা)
to restore to vigour