কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক্ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ষkṣa
বৰ্ণমালাৰ শেষ আখৰ মূল সংস্কৱতত ক আৰু ষ এই দুই আখৰৰ সংযোগত এই আখৰ হৈছে; অসমীয়াত ইয়াৰ উচ্চাৰণ 'খ্য' ৰ
originally a combination of k and s sounds and pronouned as khya
- ক্ষণkṣaṇaNoun
অতি অলপ সময়; খন্তেক
a moment
- ক্ষণচাৰীProper Adj.
অলপ দিনীয়া অৰ্থাৎ সদায় নথকা ।
lasting for short period of time
- ক্ষণজন্মাkṣaṇajanmāAdjective
শুভ মুহূৰ্ত্তত জন্ম গ্ৰহণ কৰা; ভাগ্যবান।
- ক্ষণদাkhyo.no.daAbstract Noun
বেলি মাৰ যোৱাৰ পৰা উদয় হোৱালৈকে আন্ধাৰ সময়ছোৱা
the period of darkness between sunset and sunrise
- ক্ষণদ্যুতিkhyo.no.dyu.tiAbstract Noun
আকাশত, ডাৱৰত খন্তেকীয়াকৈ হোৱা বিদ্যুতৰ চমকনি।
a brilliant electric spark discharge in the atmosphere, occurring within a thundercloud, between clouds, or between a cloud and the ground.
- ক্ষণনkhyo.nonVerbal Noun
কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য ৷
The act of terminating a life forcefully by someone.
- ক্ষণপ্ৰকাশkhyo.no.pro.kaxAbstract Noun
আকাশত, ডাৱৰত খন্তেকীয়াকৈ হোৱা বিদ্যুতৰ চমকনি।
a brilliant electric spark discharge in the atmosphere, occurring within a thundercloud, between clouds, or between a cloud and the ground.
- ক্ষণপ্ৰভাAbstract Noun
হঠাতে পোহৰ দি হঠাতে নোহোৱা হোৱা বিজুলী
Lightning that suddenly lights up and then disappears suddenly
- ক্ষণবধূkhyon.bo.dhuCommon Noun
a woman who engages in sexual intercourse for money
- ক্ষণভঙ্গুৰAdjective
খন্তেকীয়া; অচিৰস্হায়ী; ততালিকে ভগা বা নষ্ট হোবা
transitory; perishable
- ক্ষণভঙ্গুৰতাAbstract Noun
নিৰ্দিষ্ট সময় আৰু নিৰ্দিষ্ট অঞ্চলত হোৱা জীৱৰ মৃত্যুৰ সংখ্যা
the number of deaths of human or any living being in a given time in a gievn area
- ক্ষণস্থায়ীkhyo.nos.tha.yiProper Adj.
অলপ দিনীয়া অৰ্থাৎ সদায় নথকা ।
lasting for short period of time
- ক্ষণস্হায়ীkṣaṇashāẏīAdjective
অলপ সময়ৰ কাৰণে থকা; খন্তেকীয়া।
- ক্ষণিকAdjective
অলপ সময় থকা; খন্তেকীয়া
momentary
- ক্ষণে ক্ষণেAdverb
এবাৰৰ পাছত এবাৰকৈ বহুবাৰ।
characterized by repeated occurances.
- ক্ষণেকNoun
এখন্তক; এক মুহূৰ্ত্ত; খন্তেক; তিলেক
a moment
- ক্ষতkṣataNoun
অলপীয়া ঘা
a slight wound
- ক্ষত-বিক্ষতkṣata-bikṣataAdjective
বৰকৈ বা কেইবা ঠাইতো ঘা লগা; বৰকৈ কটা বা ফটা-ছিটা
lacerated; cut in several places
- ক্ষতচিহ্নkhyot.sih.noAbstract Noun
শৰীৰৰ কোনো অঙ্গৰ চালত খোঁচ লাগি হোৱা ঘাঁ৷
A mark remaining on the skin or an organ from the wound.