← ফুৰি যাওক

কট্ কট্ কৰে

অৰ্থ

1.

কামোৰা বা কটাৰ নিচনাকৈ; বৰ দুথ পোবাকৈ

giving a smarting pain

ক্ৰি. বিণ.

2.

কট্ কট্ শব্দ কৰি

making a biting sound

ক্ৰি. বিণ.

3.

ইমান টানকৈ যে কট্ কট্ কৰি মাতি যোবাকৈ; টানকৈ; আটি আটি

tightly

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কট্ কট্ কৰে · অসমীয়া অভিধান