কটোবাল
kaṭobāla
অৰ্থ
1.
নগৰ-ৰখীয়া সেনা; যেনে-"প্ৰতি ঘৰে ঘৰে মাতি ফুৰে কটোবাল বাটে বাটে" (কীৰ্ত্তন, ৰলিছলন)।
বি.
2.
চিপাহী
police
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ