← ফুৰি যাওক

কট্কিনা

kaṭkinā

অৰ্থ

1.

কৱপণ; চিকটা

niggardly; miserly

বিণ.

2.

দুৰ্ল্লভ; আটকীয়া; পাবলৈ নোহোবা; যেনে-"কট্কিনা ঠাই"

scarce; not easily available

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কট্কিনা · অসমীয়া অভিধান