কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দda
ব্যঞ্জন বৰ্ণৰ ওঠৰ সংখ্যাৰ আখৰ
the eighteenth consonant letter
- দ কৈdo koiAdverb
at or to a considerable extent downward;To a great depth.
- দ'তda'taNoun
এজাতি ভূত; বাঁক
a species of evil spirit
- দ'মda'maNoun
একে ঠাইতে ওখকৈ গোটাই থোবা বস্ত্তৰ সমূহ
a heap; a pile
- দ'ম কৰ্, দ'ম খুবা, দ'ম বান্ধ্
একে ঠাইতে বহুত গোটা; দ'মা
to heap up
- দ'ম খা, দ'ম বান্ধ্
একে ঠাইতে বহুত গোট খা
to be gathered in a heap
- দ'মাda'māTransitive verb
দ'ম কৰ্; ওপৰা-উপৰি কৰি থ; গোটা; . কৱদ
to pile up
- দ'মা- দ'মAdjective
বহুত দ'ম হৈ থকা; অনেক
remaining in heaps; abundant
- দ'লda'la
[সং. দল, দেবকুল] বি. মঠ; থিয়কৈ সজা মন্দিৰ
a Hindu pagoda or temple
- দ'ল খা
দ'ম খা; বহুত গোট খা
to be heaped or piled
- দ'লাda'lāTransitive verb
দ'মা; একেলগে গোটাই ৰাখ্; ওপৰ-উপৰিকৈ ৰাখ্; একত্ৰ কৰ্; . কৱদ
to gather together; to heap up
- দ'লৈda'lai
দেবালয়ৰ প্ৰধান পূজাৰি বা কৰ্ম্মচাৰী
the presiding officer of a Hindu temple
- দ-পালিda-pāliAdjective
"পালি-কঠীয়া" চোবাঁ।
- দ-বামdo-bamProper Adj.
মিহি বা সমান নোহোৱা, মাজে মাজে উখহা ঠাই থকা পৃষ্ঠ।
a unsmooth surface with small bumps on it.
- দ`মAbstract Noun
একে ঠাইতে ওখকৈ গোটাই থোৱা বস্তুৰ সমষ্টি ।
A group of things placed or thrown, one on top of the other.
- দ`লdo``lMaterial Noun
হিন্দু বা বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ উপাসনাৰ ঠাই
a place of worship, specially for Hindus and Budhist etc
- দʼইজাVerb-Trans.
ভজা বস্ত কেৰাহীত লাগি কলা হ, দেৰি যোৱা
To overcook into charcoal
- দʼইলʼVerb-Trans.
হাতৰ সৰুগাঁঠিৰ সহায়ত জোৰেৰে কোনো বস্তু আঁতৰলৈ মাৰি পঠিয়া
to propel something in the air by an initial force such as rapid movement of the wrist.
- দʼইলে দিVerb-Trans.
হাতৰ সৰুগাঁঠিৰ সহায়ত জোৰেৰে কোনো বস্তু আঁতৰলৈ মাৰি পঠিয়া
to propel something in the air by an initial force such as rapid movement of the wrist.
- দঁকNoun
চোকা স্বাদ
sharp taste