← ফুৰি যাওক

কট্ কট্

kaṭ, kaṭ

অৰ্থ

1.

টান বস্ত্ত কাটিলে, কামুৰিলে বা আঘাত কৰিলে উঠা শব্দৰ নিচিনা শব্দ

an imitative word used to express the sound like that of biting or striking a hard thing

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কট্ কট্ · অসমীয়া অভিধান