কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হha
বৰ্ণমালাৰ তেত্ৰিশ সংখ্যাৰ আখৰ
thirty-third letter of the consonants
- হ-হৈয়াha-haiẏāNoun
নকৈ খানি লোবা জানেদি বেগাই বৈ যোবা পানী
the impetuous rush of a stream through a newly formed channel
- হঁকয়াham̐kaẏāAdjective
হৈয়া; একতীয়া; হেলনীয়া; এফাললৈ ঢাল লোবা
oblique; aslant
- হঁহাham̐hāAdjective
হাঁহি থকা; . বি. হাস্য
laughing ; laughter
- হঁহা-কন্দা কথা
হাঁহি তোলা আৰু দুঃখ কৰিব লগীয়া কথা বা কাৰ্য্য
a ridiculous and pitiful affair
- হঁহা-মতাham̐hā-matāNoun
ৰং ধেমালি কৰি কৰা আলাপ; হাঁহি-মাতি পতা কথা
talking with familiarity; cheerful conversation
- হঁহুবাTransitive verb
আনৰ হাঁহি তোল্
to cause to laugh
- হঁয়ক'লীham̐ẏaka'līNoun
কইৰা চৰাই [ইয়াৰ মাতটো তলত দিয়া দৰে শুনি -"হঁয় ক'লী, হঁয় ক'লী, এপুৰা ধান কি কৰিলি, কি কৰিলি? পোবে খালে জীবে খালে, থাক থাক থাক।' মতা-মাইকীৰ ভিতৰত এনে কথা হয় বুলি মানুহে ভাবে।]
the partridge
- হঁয়কলীho~y.ko.liCommon Noun
Partridges are birds in the pheasant family, Phasianidae. They are a non-migratory Old World group. These are medium-sized birds, intermediate between the larger pheasants and the smaller quails. Partridges are native to Europe, Asia, Africa, and the Middle East. Partridges are ground-nesting seed-eaters. There are two types of partridge commonly found in North America as game birds - the chukar partridge and the gray partridge. The gray partridge is more commonly found in deciduous forests. The gray partridge has a less charismatic appearance than the chukar partridge. Partridges are 10-14 inches long and weigh less than one pound. They are a favorite game bird for many hunters.
- হঁয়েham̐ẏe
"হঞে" চোবাঁ।
- হঁয়েৰাham̐ẏerā
"হঞে" চোবাঁ।
- হংকংhong.kongProper Noun
চীনৰ অন্তৰ্গত বিশেষভাৱে শাসিত অঞ্চল৷
Hong Kong, officially known as Hong Kong Special Administrative Region of the People's Republic of China, is a region on the southern coast of China geographically enclosed by the Pearl River Delta and South China Sea
- হংসhaṃsa
হাঁহ।
- হংস-গতিNoun
(ৰাজহাঁহৰ নিচিনা) গহীন, ধীৰ খোজ
slow and graceful gait
- হংস-গমনNoun
(ৰাজহাঁহৰ নিচিনা) গহীন, ধীৰ খোজ
slow and graceful gait
- হংস-গামিনীAdjective; Feminine
গহীনকৈ আৰু ধীৰে ধূৰে খোজ কঢ়া
walking slowly and gracefully (applied to a woman)
- হংসবাহনNoun
ব্ৰহ্মা।
- হংসবাহনাhong.xo.ba.ho.naProper Noun
হিন্দু বিশ্বাস অনুসৰি জ্ঞান, শিক্ষা, সংগীত আৰু কলাৰ দেৱী৷
Hindu goddess of knowledge, learning, music and all forms of creative art.
- হংসবাহিনী
সৰস্বতী।
- হংসাসীনাhong.xa.xi.naProper Noun
হিন্দু বিশ্বাস অনুসৰি জ্ঞান, শিক্ষা, সংগীত আৰু কলাৰ দেৱী৷
Hindu goddess of knowledge, learning, music and all forms of creative art.