কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঢ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঢḍha
ব্যঞ্জনবৰ্ণৰ চতুৰ্দ্দশ আখৰ
the fourteenth consonant letter
- ঢ-কাৰḍha-kāraNoun
ঢ আখৰ; ঢ।
the letter
- ঢঁকḍham̐kaNoun
অধিক তাপ, ভোক বা পিয়াহৰ দ্বাৰা ক্লান্ত হৈ মূৰ্চ্ছা যোবা অবস্হা
swoon brought about by hunger, thirst and heat; fainting caused by fatigue
- ঢঁক ছুট্
অতিশয় ক্লান্ত হ; বিহ্বল হ
to be very much tired or exhausted
- ঢঁহা-মোহাḍham̐hā-mohāAdjective
ঢাঁহি-মুহি খোবা; অত্যাচাৰী
ruining; oppressing; extravagant
- ঢঁৰি-বাজḍham̐ri-bājaAdjective
টেঙৰ; বৰ টেঙৰ
very cunning
- ঢঁৰিয়াḍham̐riẏāAdjective
টেঙৰ; বৰ টেঙৰ
very cunning
- ঢংḍhamNoun
বিলাস; ধেমালি; ৰং
pleasure; mirth; laughter
- ঢকḍhakaNoun
বৰকৈ ব্যাপ্ত হোবা সম্বাদ; বৰকৈ প্ৰকাশ পোবা কথা
a widespread rumour
- ঢক উঠ্dhok uthVerb-Trans.
এঠাইৰ পৰা সিঠাই বা এজনৰ পৰা আনজনলৈ কথা বা কোবো বস্তু যোৱা
(a news) to pass from place to place, from person to person
- ঢক উঠ্, ঢক ফুট্
বৰকৈ ব্যাপ্তি হৈ সম্বাদ ওলা; বৰকৈ প্ৰকাশ পা
to be noised abroad
- ঢক তোল্dhok to`lVerb-Trans.
ৰাজহুৱাকৈ প্ৰকাশ কৰ্ বা বৰকৈ প্ৰচাৰ কৰ্
to announce publicly or to spread in public
- ঢক তোল্, ঢক ফুটা
বৰকৈ বহলাই প্ৰকাশ কৰ্
to announce publicity
- ঢক ফুটাdhok phu.taVerb-Trans.
ৰাজহুৱাকৈ প্ৰকাশ কৰ্ বা বৰকৈ প্ৰচাৰ কৰ্
to announce publicly or to spread in public
- ঢক ফুট্dhok phutVerb-Trans.
এঠাইৰ পৰা সিঠাই বা এজনৰ পৰা আনজনলৈ কথা বা কোবো বস্তু যোৱা
(a news) to pass from place to place, from person to person
- ঢকঢকনি
ঢক্ ঢক্ কৰা কাৰ্য্য।
- ঢকঢকী লোটা, ঢকঢগী লৌটাḍhakaḍhakī, loṭā, ḍhakaḍhagī, lauṭāNoun
ডগ্ডগী।
- ঢকাḍhakāNoun
মেলা হাতেৰে ডিঙিৰ তলডোখৰত কৰা আঘাত; চাপৰ
a slap on any part of the human body except on the head; a strike given with the open hand
- ঢকা মাৰ্dho.ka marVerb-Trans.
হাতৰ তলুৱাৰে পিঠিত আঘাত কৰ্
To hit on the back by bare hand
- ঢকা-চমকাḍhakā-camakāAdjective
মেঘৰপৰা ওলায়েই মাৰ য়োবা (ৰ'দ)
a slap on any part of the human body except on the head; a strike given with the open hand