কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উu
স্বৰবৰ্ণৰ পঞ্চম আথৰ; ব্যঞ্জনৰ লগত যুক্ত হৈ ইয়াৰ আকৱতি ু ('উ' কাৰ) হয়।
- উঁ, উঁ উঁum̐, um̐, um̐Indeclinable
সৰুকৈ কন্দা মাত
the sound of screaming in a low voice
- উঁইum̐iNoun
কাঠ-বাঁহ, কাপোৰ প্ৰভৱতি বস্ত্ত খাই নষ্ট কৰা এবিধ মাটিত থকা বগা পৰুবা
the white ant; terms bellicosos
- উঁই- টিলাNoun
উঁই-হাফলু; উঁয়ে দ'ম বান্ধি ওখকৈ তোলা মাটিৰ টিলা বা ভেটি
a white ant hill
- উঁই-কৰ্কৰাNoun
মাটিৰ তলত উঁই-পৰুবাই সাজি থোবা বাহ
a nest of white ants
- উঁই-চিৰিঙাNoun
ডাঙৰ ফৰিঙৰ নিচিনা উৰিব আৰু জাপ মাৰিব পৰা এবিধ পোক [গাঁতত থাকে আৰু চিৰিৰিং চিৰিৰিং কৰি বৰ চোকা শব্দ কৰে]
a cricket
- উঁই-পৰুবাum̐i-parubāNoun
কাঠ-বাঁহ, কাপোৰ প্ৰভৱতি বস্ত্ত খাই নষ্ট কৰা এবিধ মাটিত থকা বগা পৰুবা
the white ant; terms bellicosos
- উঁই-হাঁফলুNoun
উঁইটিলা।
- উঁইচিলাu~i.si.laMaterial Noun
পৰুৱা বা উঁইয়ে খান্দি বা বাহ সাজি সৃষ্টি কৰা মাটি, বালি বা ধূলিৰ এক ঢাপ|
A mound of soil, sand, or dirt formed by ants or termites in digging or building a nest.
- উঁইটিলাu~i.ti.laMaterial Noun
পৰুৱা বা উঁইয়ে খান্দি বা বাহ সাজি সৃষ্টি কৰা মাটি, বালি বা ধূলিৰ এক ঢাপ|
A mound of soil, sand, or dirt formed by ants or termites in digging or building a nest.
- উঁইপোকu~i po’kCommon Noun
গ্ৰীষ্মপ্ৰধান অঞ্চলৰ, কপ্ট’টাৰ্মিছ প্ৰজাতিৰ এক পৰুৱা-সদৃশ অনিষ্টকাৰী পতঙ্গ
Small tropical ant like destructive insects belonging to species Coptotermes
- উঁইপৰুৱাu~i.po.ru.waCommon Noun
গ্ৰীষ্মপ্ৰধান অঞ্চলৰ, কপ্ট’টাৰ্মিছ প্ৰজাতিৰ এক পৰুৱা-সদৃশ অনিষ্টকাৰী পতঙ্গ
Small tropical ant like destructive insects belonging to species Coptotermes
- উঁইবাহu~i.bahMaterial Noun
পৰুৱা বা উঁইয়ে খান্দি বা বাহ সাজি সৃষ্টি কৰা মাটি, বালি বা ধূলিৰ এক ঢাপ|
A mound of soil, sand, or dirt formed by ants or termites in digging or building a nest.
- উঁইহাঁফলুu~i.ha~.pho.luMaterial Noun
পৰুৱা বা উঁইয়ে খান্দি বা বাহ সাজি সৃষ্টি কৰা মাটি, বালি বা ধূলিৰ এক ঢাপ|
A mound of soil, sand, or dirt formed by ants or termites in digging or building a nest.
- উঁচাৰ্um̐cārTransitive verb
মাত ্; শব্দ কৰ্
to pronounce
- উঁবৈum̐baiNoun
দেবদাৰু গছ
a fir tree
- উঁহu~hAbstract Noun
কোনো বস্তু য’ৰ পৰা আহে, আৰম্ভ হয় বা পোৱা যায়
any thing or place from which something comes, arises, or is obtained
- উঁৱৈu~.woiCommon Noun
দেৱদাৰু, ই এবিধ আকৃতিত মেজি ঘৰটোৰ দৰে জোঙা হৈ ক্ৰমে ওপৰলৈ আগবঢ়া চিৰসেউজীয়া গছ ৷ হিমালয়ৰ উত্তৰআঞ্চল, তিব্বত আৰু নেপালত ১৫০০ মি,-৩২০০ মি, উচ্ছতাত এই গছবিধ হোৱা দেখিবলৈ পোৱা যায় ৷ ইয়াৰ পাতবোৰ বেজিৰ দৰে জোঙা ৷
Deodar or Debadaru; is a species of cedar native to the north-central Himalayas of India (Himachal Pradesh, Uttarakhand and Kashmir), Tibet and western Nepal, occurring at 1500-3200 m altitude. It is a evergreen tree. The leaves are needle-like. Reaching 40-50 m tall, with a trunk up to 3 m diameter. It has a conical crown with level branches.
- উঃuḥIndeclinable
দুখ বা আশ্চৰ্য্য বুজোবা মাত; উস
an exclamation of pain or surprise
- উইকেটui.ketMaterial Noun
ক্ৰিকেট খেলত বেটচ্মেনে বলিং আক্ৰমণৰ পৰা বচাই ৰখা দুডাল বেইলসহ তিনিডাল খুঁটি ৷
either of the two frameworks, each consisting of three stumps with two bails in grooves across the tops, at which the bowler aims the ball.