কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যya
সংখ্যাৰ ব্যঞ্জন আখৰ; শব্দৰ আদিতে ইয়াৰ উচ্চাৰণ 'জ'ৰ দৰে হয়। ই কোনো শব্দৰ মাজত বা অন্তত থাকিলে "ইঅ"-এনেকৈ উচ্চাৰিত হয় আৰু তেতিয়া তাক "য়"-এনেকৈ লিখা হয়
the twenty-sixth consonant letter
- য ধানya, dhānaNoun
বাম মাটিত সিঁচি খেতি কৰা ধানৰ নিচিনা এবিধ শস্য [ইয়াৰপৰা ময়দা তৈয়াৰ কৰে।]
barley
- য'তya'taAdverb
যি ঠাইত
where; in which place
- য'ত ত'তya'ta, ta'taAdverb
যেই সেই ঠাইত (কোনো এঠাইত
anywhere; somewhere
- য'তে ত'তেAdverb
যেই সেই ঠাইতে
at every place; anywhere and everywhere
- য'তে ত'তেya'te, ta'teAdverb
যেই সেই ঠাইতে
at every place; anywhere and everywhere
- য'ৰya'raPronoun
যি ঠাইৰ
of which place
- য'ৰপৰা
যি ঠাইৰপৰা
whence; from which place
- য-খাৰya-khāraNoun
ঔষধত, বিশেষকৈ হিলৈৰ খাৰ তৈয়াৰ কৰাত ব্যবহাৰ হোবা সামগ্ৰী
saltpetre; potasium nitrate
- য-খৰীয়াNoun
যি য-খাৰ তৈয়াৰ কৰে
one who manufacturers saltpetre
- য`ত-ত`তAdverb
কোনো নিৰ্দিষ্ট ঠাই নোহোৱা
here and there or no specific place
- যঁজাyam̐jāAdjective
একে লগে জন্মা
twin- born
- যঁতৰyam̐taraNoun
সূতা কটা যতন
a spinning wheel
- যঁতৰিyam̐tariNoun
মছৰা পকোবা সৰু যঁতৰ
a small wheel for weaving
- যঁতৰী-ফেঁটীyam̐tarī-phem̐ṭīNoun
এজাতি ফেঁটী সাপ
a species of cobra
- যঁনিগুটিjo~.ni.gu.tiCommon Noun
এবিধ সুগন্ধি মছলা জাতীয় উদ্ভিদ আৰু তাৰ গুটি|
Lovage (Levisticum officinale) is a plant, the leaves and seeds or fruit of which are used to flavor food, especially in South European cuisine. It is a tall (3 to 9 ft) perennial that vaguely resembles its cousin celery in appearance and in flavor. Lovage also sometimes gets referred to as smallage, but this is more properly used for celery.
- যকৃতjo.kritMaterial Noun
পিত্তৰস ক্ষৰণ আৰু শৰীৰৰ বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াত কাৰ্য্য কৰা, পেটত থকা, গ্ৰন্থিযুক্ত এক ৰঙচুৱা-মুগা বৰণৰ অঙ্গ
a reddish-brown, glandular organ located in the abdominal cavity, functioning in the secretion of bile and various metabolic processes.
- যকৃত কৃমিCommon Noun
যকৃত কৃমি
যকৃত কৃমি
- যক্ষyakṣaNoun
"যখ" চোবাঁ।
- যক্ষতৰুjo.khyo.to.ruCommon Noun
one of the species of Ficus, also known as Bengal fig, Indian fig, East Indian fig, Indian Banyan, endemic to Bangladesh, India and Sri Lanka.It produces prop roots which grow downwards as slender vine. Once these roots reach the ground, they take root and grow into woody trunks that can become indistinguishable from the main trunk.