কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অa
বৰ্ণমালাৰ দি খব। অভাৰ, বিপৰীত, বেয়া, নীহ দি অৰ্থে নঞ্ তৎপুৰুষ-সমাসষ ন-ব ঠাইত ব্যঞ্জনাদি শব্দৰ গত 'অ' ক স্ববাদি শব্দষ গত 'অন্' হয়। যেনে,-ম + মিল = অমিল, সেইদৰে অসমান, অকৰ্স্ম, অৰম্ভ। অনক্ষৰ, অনজ্ঞ ইত্যাদি।
The first letter of the Assamese alphabet. Placed before a word, it signifies negation, want, etc., and is equivalent to un-, in-, dis-, etc
- অ'তa'ta
সৰ্ব্ব, ইয়াত; ; (সম্মানাৰ্থত ব্যক্তিবাচক সৰ্ব্বনাম স্বৰূপেও ব্যবহাৰ হয়
here ; also used as an honorific pronoun in the sense of "this person")
- অ'লৈ-ত'লৈa'lai-ta'laiAdverb
ইঠাইলে-সিঠাইলে; ইপিন-সিপিনলৈ; ইফাল-সিফাললৈ
hither and thither; to this place and that
- অ'ৰ-ত'ৰa'ra-ta'raPronoun
ইঠাইৰ সিঠাইৰ,
of this or that place
- অ-পৰ্য্যাবৃত্তProper Adj.
কোনো নিৰ্দ্দিষ্ট সময়ৰ মূৰে-মূৰে নোহোৱা বা দেখা নিদিয়া
not occurring or appearing at regular intervals or recurring at intervals of time.
- অ-ফলাa-phalāNoun
অৰপৰা ঔ-লৈ লিখা থকা পাঠ
the vowels
- অ-ব্যৱসায়িকo-byo.bo.xa.yikProper Adj.
ব্যৱসায় বা লাভজনক কাৰবাৰৰ সৈতে সম্বন্ধ নথকা কাৰ্য্যৰ সৈতে জড়িত।
pertaining to an activity not meant to do business or make profit.
- অ-বৰ্ণa-barṇaNoun
"অ" আখৰ।
- অ`টিজিম্Abstract Noun
এক প্ৰকাৰৰ বিকাশজনিত বিকাৰ, যাৰ লক্ষণসমূহ হ`ল মানুহৰ সৈতে কথা-বতৰা পতা বা কোনো ক্ৰিয়াৰ সঁহাৰি দিয়াত হোৱা অসুবিধা
a developmental disorder whose symptoms include difficulty in responding conventionally to people and actions and limited use of communication
- অ`ত-ত`তAdverb
কোনো নিৰ্দিষ্ট ঠাই নোহোৱা
here and there or no specific place
- অ`ফিঅ`লাইটNoun
অ`ফিঅ`লাইট
অ`ফিঅ`লাইট
- অ`মNoun
অ`ম
অ`ম
- অ`মীয় সংস্পৰ্শNoun
অ`মীয় সংস্পৰ্শ
অ`মীয় সংস্পৰ্শ
- অ`মেগাNoun
the last letter of a series
- অ`মেগা মেজনNoun
অ`মেগা মেজন
অ`মেগা মেজন
- অ`মৰ নীতিNoun
অ`মৰ বিধি, অ`মৰ নীতি
অ`মৰ বিধি, অ`মৰ নীতি
- অ`মৰ বিধিNoun
অ`মৰ বিধি, অ`মৰ নীতি
অ`মৰ বিধি, অ`মৰ নীতি
- অ`ৰষ্টেডNoun
অ`ৰষ্টেড
অ`ৰষ্টেড
- অঁo~Interjection
কোনো কথাৰ প্ৰতি সমৰ্থন বা সন্মতি বুজাবলৈ বা আগেয়ে দিয়া কোনো বক্তব্যৰ সৈতে একমত থকা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ
used to express affirmation or assent or to mark the addition of something emphasizing and amplifying a previous statement
- অঁইam̐iNoun
ম'হে মতা মাত; গুবালে ম'হক মতা মাত
the natural sound uttered by a buffalo; an imitative word used by man when calling a buffalo