কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চমটিয়াওঁতা
চমটাৰে কোবাওঁতা
a man who scourges
- চমত্কাৰcamatkāraAdjective
আচৰিত; বিস্ময়জনক; বিস্ময়যুক্ত
astonishing; wonderful
- চমত্কৱতAdjective
astonished
- চমনcamanaNoun
কোনো এক ঠাইত এক নিৰ্দ্দিষ্ট সময়ত উপস্হিত বা হাজিৰ হ'বলৈ আজ্ঞা কৰা পত্ৰ।
summon
- চমন দেso.mon deVerb-Trans.
আনুষ্ঠানিকভাৱে মাতি পঠিয়া।
call in an official matter.
- চমাংকানProper Noun
চমাংকান কাৰ্বি জনগোষ্ঠীৰ এটা প্ৰধান উৎসৱ৷ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পতা হয়৷ কাৰ্বি বিশ্বাস অনুসৰি চমাংকান অবিহনে মৃতকৰ আত্মাই সম্পূৰ্ণ ৰূ’পে পাপ-তাপ, দুখ-ক্লেশ আদিৰপৰা পৰিত্ৰাণ নাপায়৷ সাধাৰণতে তিনিদিনীয়াকৈ এই অনুষ্ঠান পতা হয়৷ চমাংকান এটা খৰছী অনুষ্ঠান, সেয়ে সকলো গৃহস্থই চমাংকান পাতিব নোৱাৰে৷ সেয়ে বহুকেইজন মৃতকৰ বাবে একেলগেও চমাংকান পতা হয়৷
A festival of Karbi Tribes of Assam
- চমাৰcamāraNoun
এজাতি চূণ পোৰা বা তাৰ ব্যবসায় কৰা মানুহ
one who prepares or sells lime used with betel-nut
- চমিcamiNoun
ফাল; দিশ; যেনে-"এইচমিয়েদি যা"
way; direction
- চমিকিcamikiAdverb
তত্ক্ষণাৎ
immediately
- চমুcamuAdjective
ওচৰ
not distant
- চমুকৈso.mu.koiAdverb
চুটিকৈ বা মাথোঁ কেইটামান শব্দত (লিখা বা কোৱা)
In short or few words (write or tell sth)
- চমুচাcamucāAdjective
সমস্ত
all
- চমুবাcamubāTransitive verb
ওচৰলৈ আন্; ওচৰ চপা
to bring near
- চমুবা কুঁবৰীcamubā, kum̐barīNoun
চমুবা বংশৰপৰা বিয়া কৰাই নিয়া ৰজাৰ ঘৈণী বৰকুঁবৰী, ৰাইডঙীয়া আৰু পৰ্ব্বতীয়া কুঁবৰীৰ তলৰ কুঁবৰী।
- চমুবা-চমিcamubā-camiAdjective
ওচৰা-উচৰি; ই তাৰ ওচৰ, সি তাৰ ওচৰ
mutually near to each other
- চমুৱাso.mu.waVerb-Trans.
কোনো বস্তুৰ আকাৰ সৰু কৰা কাৰ্য্য
to change something to a smaller size
- চমুৱাইso.mu.waiAdverb
চুটিকৈ বা মাথোঁ কেইটামান শব্দত (লিখা বা কোৱা)
In short or few words (write or tell sth)
- চমূcamūNoun
ফৌজ; সৈন্য
an army
- চম্চমনিNoun
পিত্ত উঠি হোবা বুকৰ পোৰণি; , অক. ধা. চম্চমা পিত্ত উঠাৰ গতিকে বুকত পোৰণি ধৰ্
a burning sensation on the chest caused by the bile; biliousness ; to cause a burning sensation in the chest
- চম্চম্camcamNoun
বুকুৰ পোৰণি-বোধ
burning sensation on the chest