← ফুৰি যাওক

চমাৰ

camāra

অৰ্থ

1.

এজাতি চূণ পোৰা বা তাৰ ব্যবসায় কৰা মানুহ

one who prepares or sells lime used with betel-nut

বি.

2.

মুচিয়াৰ

a shoe-maker or cobbler

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চমাৰ · অসমীয়া অভিধান