চমু
camu
অৰ্থ
1.
ওচৰ
not distant
বিণ.
2.
পোন; ঋজু
straight
বিণ.
3.
চুম্বক; সংক্ষেপ
brief
বিণ.
4.
ওচৰ ঠাই; . (পু. অ.) সম্মুখ; যেনে-"চমু ৰণে পৰিল আচৰি বীৰবৰ" (গদাপৰ্ব্ব)
an adjacent place ; face to face (fighting)
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ