← ফুৰি যাওক

চমুৱা

so.mu.wa

অৰ্থ

1.

কোনো বস্তুৰ আকাৰ সৰু কৰা কাৰ্য্য

to change something to a smaller size

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

আহোম ৰজাৰ দিনত পাইকৰ ওপৰ কিন্তু বিষয়াৰ তল খাপৰ এক শ্ৰেণীৰ প্ৰজা । অসমৰ এটা উপাধি বিশেষ ।

A class of men below the rank of officers but above the rank of Paiks, under the Ahom regime. Now it is a surname of Assam

সংজ্ঞাবাচক বিশেষ্য

3.

ওচৰলৈ আন্ বা কম দূৰত্বলৈ আন্

to bring near or to bring to close proximity

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চমুৱা · অসমীয়া অভিধান