← ফুৰি যাওক

চমাংকান

অৰ্থ

1.

চমাংকান কাৰ্বি জনগোষ্ঠীৰ এটা প্ৰধান উৎসৱ৷ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পতা হয়৷ কাৰ্বি বিশ্বাস অনুসৰি চমাংকান অবিহনে মৃতকৰ আত্মাই সম্পূৰ্ণ ৰূ’পে পাপ-তাপ, দুখ-ক্লেশ আদিৰপৰা পৰিত্ৰাণ নাপায়৷ সাধাৰণতে তিনিদিনীয়াকৈ এই অনুষ্ঠান পতা হয়৷ চমাংকান এটা খৰছী অনুষ্ঠান, সেয়ে সকলো গৃহস্থই চমাংকান পাতিব নোৱাৰে৷ সেয়ে বহুকেইজন মৃতকৰ বাবে একেলগেও চমাংকান পতা হয়৷

A festival of Karbi Tribes of Assam

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চমাংকান · অসমীয়া অভিধান