← ফুৰি যাওক

চমুবা কুঁবৰী

camubā, kum̐barī

অৰ্থ

1.

চমুবা বংশৰপৰা বিয়া কৰাই নিয়া ৰজাৰ ঘৈণী বৰকুঁবৰী, ৰাইডঙীয়া আৰু পৰ্ব্বতীয়া কুঁবৰীৰ তলৰ কুঁবৰী।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চমুবা কুঁবৰী · অসমীয়া অভিধান