← ফুৰি যাওক

চমুবা

camubā

অৰ্থ

1.

ওচৰলৈ আন্; ওচৰ চপা

to bring near

সক. ধা.

2.

সংক্ষেপ কৰ্

to make brief

সক. ধা.

3.

বছৰি এশ টকাতকৈ অধিক ৰাজহ লগা জমি-সম্পত্তি

an estate the revenue of which is more than Rs. 100 per year paid direct to be Government Treasury without the intervention of the mauzadar

বি.

4.

আহোম ৰজাৰ দিনৰ কাঁড়ী বা পাইকৰ ওপৰ আৰু বিষয়াৰ তল খাপৰ এক শ্ৰেণী মানুহ [আবশ্যকমতে ৰণ-বিগ্ৰহৰ সময়ত এইবিলাক মানুহে ৰাজকীয় কাম কৰি দিব লাগিছিল আৰু গুণ অনুসৰি বিষয়াৰ শ্ৰেণীলৈ উঠিব পাৰিছিল।]

a class of people during the Ahom Raja's time above the rank of labourer

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চমুবা · অসমীয়া অভিধান