কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কণাৰিkaṇāri
[সং. কৰ্ণ] বি. যঁতৰৰ শলা ধৰি ৰাখিবৰ কাৰণে ছাগলী- খুঁটিৰ ফুটাত সুমাই দিয়া বেত আদিৰ নগৰা।
- কণিAbstract Noun
তাঁতৰ শালত কাঠিৰে ফুল তুলোঁতে এবাৰত তুলা ফুলৰ জোখ৷ উদাহৰণ- তোমাক একণি ফুল তুলিবৰ বাবে কিমান সময় লাগে?
A measurement of hand picking designs at one go in a handloom.
- কণি-কচুkaṇi-kacuNoun
এবিধ খেতিত হোবা আৰু আঞ্জা খোবা সৰু সৰু চেপু কচু।
- কণি-কলিkaṇi-kaliAdjective
অতি সৰু; অতি ক্ষুদ্ৰ
very small
- কণি-ধানko.ni-dhanCommon Noun
বাম খেতিত হোৱা এবিধ সৰু ঘূৰণীয়া ধান জাতীয় শস্য।
Setaria italica; a small-seeded species of cereal crops or grains, widely grown for food and fodder.
- কণিকাkaṇikāNoun
একণ; সৰু অংশ
a small particle
- কণিকা ত্বৰকko.ni.ka-two.rokMaterial Noun
আধানযুক্ত কণিকা যেনে প্ৰ’টন, ইলেকট্ৰণ, ডিউটেৰণ আদিক বিদ্যুত্-চুম্বকীয় ক্ষেত্ৰৰ জৰিয়তে ৰুদ্ধ-দ্বাৰৰ শূণ্য কোঠাত উচ্চ গতি শক্তি প্ৰদান কৰা এবিধ বৈজ্ঞানিক যন্ত্ৰ৷আণৱিক কণিকাৰ গঠন সম্পৰ্কে জানিবলৈ এই যন্ত্ৰৰ ব্যৱ্হাৰ কৰা হয়৷
A particle accelerator is a scientific instrument which accelerates charged particles such as protons, electrons, deuterons. This acceleration is achieved by using focused magnetic fields to route the beam of particles through a sealed vacuum chamber. The exact design of the beam's path and magnetic configuration determines the type of particle accelerator - cyclotron, synchrotron, betatron, tandem electrostatic accelerators, etc.A particle accelerator is "a scientific instrument that increases the kinetic energy of charged particles." This definition makes clear an important aspect of why particle accelerators exist - to increase the kinetic energy of particles and, therefore, the kinetic energy transformed into other energy forms during the collisions of these particles.
- কণিকা সাহিত্যko.ni.ka xa.hi.tyoAbstract Noun
মোটামোটি একেটা বৈঠকতে অৰ্থাত্ খৰকৈ পৰিপূৰ্ণ আস্বাদন ল’ব পৰা সৰু, চুটি সাহিত্য কৰ্ম, যেনেঃ চুটিগল্প, একাংকিকা আৰু লঘু ৰচনা৷
short pieces of literary works like short story, one-act play etc. which can be read and appreciated usually in one sitting i.e. in a short span of time.
- কণিকাৰ্বুদCommon Noun
দেহৰ মূল অংশত হোৱা এক অকলশৰীয়া টেমুনা
a solitary tumor with a predilection for the trunk of older individuals
- কণিকিয়াkaṇikiẏāIntransitive verb
সৰু সৰু টোপেৰে বৰষুণ পৰ্; অলপ অলপকৈ বৰষুণ দি
to drizzle
- কণিবিহko.ni.bihProper Noun
এবিধ সামান্য বিহৰ গুটি আৰু তাৰ গছ৷ ইয়াক বনৌষধ হিচাবে ব্যৱহাৰ কৰা হয় ৷
Croton is an extensive plant genus of the family Euphorbiaceae. It is a shrub type plant. Croton oil, used as a traditional herbal medicine.
- কণিবিহৰ গুটিko.ni.bi.hor gu.tiCommon Noun
অতি অপকাৰী মানুহ বা ভৱিষ্যতে আনক অপকাৰ কৰিব পৰা মানুহ ৷
a wicked or evil person; someone who do serious harm in future.
- কণিবিহৰ সঁচko.ni.bi.hor xo~sCommon Noun
অতি অপকাৰী মানুহ বা ভৱিষ্যতে আনক অপকাৰ কৰিব পৰা মানুহ ৷
a wicked or evil person; someone who do serious harm in future.
- কণিয়নিkaṇiẏaniNoun
বৰষুণৰ সৰু সৰু টোপা; কণিকা
small drops of rain
- কণিয়াkaṇiẏāIntransitive verb
সৰু সৰু টোপেৰে বৰষুণ পৰ্; অলপ অলপকৈ বৰষুণ দি
to drizzle
- কণিৰিহkaṇirihaNoun
ঘূৰণীয়া টুবুকা পাতেৰে এবিধ সৰু গছ আৰু তাৰ ঘূৰণীয়া গুটি [ইয়াৰ শিপা, গুটি, ছাল অনেক ঔষধত লাগে আৰু তাত বিহৰ গুণ আছে।]
croton seed and its plant
- কণীkaṇīNoun
ডিমা; অণ্ড
an egg
- কণী দিkaṇī, di
গেলা মাছ, মঙহ ঘা আদিত পোক জোগিবৰ কাৰণে মাখিয়ে কণী পাৰ্
to lay eggs on rotton meat, etc., for producing
- কণী ধানko.ni dhanProper Noun
খাদ্য-শস্য বা জীৱ-জন্তুৰ খাদ্য হিছাপে খেতি কৰা ধান-সদৃশ, কিন্তু ধানতকৈ কিছু সৰু এবিধ শস্য।
members of the Echinochloa genus grown as cereal or fodder crops and considered as millets.
- কণী পাৰ্kaṇī, pār
কণী বা ডিমা প্ৰসব কৰ্
to lay eggs