← ফুৰি যাওক

কণী

kaṇī

অৰ্থ

1.

ডিমা; অণ্ড

an egg

বি.

2.

পুৰুষৰ অঙ্গৰ গুটি; ফল; ধকৰি-গুটি

a testicle

বি.

3.

ৰাঁচৰ কাঠীৰ মাজৰ জলঙা বা বাট।

বি.

4.

ব আৰু ৰাঁচৰ কাঠীৰ মাজে সূমাই অনা তাঁতৰ দীঘল সূতা।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কণী · অসমীয়া অভিধান