← ফুৰি যাওক

কণিবিহৰ গুটি

ko.ni.bi.hor gu.ti

অৰ্থ

1.

অতি অপকাৰী মানুহ বা ভৱিষ্যতে আনক অপকাৰ কৰিব পৰা মানুহ ৷

a wicked or evil person; someone who do serious harm in future.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কণিবিহৰ গুটি · অসমীয়া অভিধান