← ফুৰি যাওক

কণিবিহৰ সঁচ

ko.ni.bi.hor xo~s

অৰ্থ

1.

অতি অপকাৰী মানুহ বা ভৱিষ্যতে আনক অপকাৰ কৰিব পৰা মানুহ ৷

a wicked or evil person; someone who do serious harm in future.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কণিবিহৰ সঁচ · অসমীয়া অভিধান