← ফুৰি যাওক

কণিকা সাহিত্য

ko.ni.ka xa.hi.tyo

অৰ্থ

1.

মোটামোটি একেটা বৈঠকতে অৰ্থাত্ খৰকৈ পৰিপূৰ্ণ আস্বাদন ল’ব পৰা সৰু, চুটি সাহিত্য কৰ্ম, যেনেঃ চুটিগল্প, একাংকিকা আৰু লঘু ৰচনা৷

short pieces of literary works like short story, one-act play etc. which can be read and appreciated usually in one sitting i.e. in a short span of time.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কণিকা সাহিত্য · অসমীয়া অভিধান