← ফুৰি যাওক

কণিৰিহ

kaṇiriha

অৰ্থ

1.

ঘূৰণীয়া টুবুকা পাতেৰে এবিধ সৰু গছ আৰু তাৰ ঘূৰণীয়া গুটি [ইয়াৰ শিপা, গুটি, ছাল অনেক ঔষধত লাগে আৰু তাত বিহৰ গুণ আছে।]

croton seed and its plant

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কণিৰিহ · অসমীয়া অভিধান