← ফুৰি যাওক

কণাৰি

kaṇāri

অৰ্থ

1.

[সং. কৰ্ণ] বি. যঁতৰৰ শলা ধৰি ৰাখিবৰ কাৰণে ছাগলী- খুঁটিৰ ফুটাত সুমাই দিয়া বেত আদিৰ নগৰা।

2.

মৈত মৈ-টকা লগাবলৈ দিয়া নগৰা।

3.

নাও বান্ধিবলৈ তাৰ কাণত বা টিঙৰ দাঁতিত ওলোমাই লগোবা বেত বা জৰীৰ আঙঠি বা নগৰা; কড়িয়া

a noose for fastening a boat

4.

এবিধ ফুল; যেনে-"কণোৰ কণাৰিঃ কদম্ব বাবৰি (কীৰ্ত্তন)। 'কণাৰি' চোবাঁ।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কণাৰি · অসমীয়া অভিধান