কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একোekoAdjective
একমাত্ৰও; কোনো; অলপো; কিছু
slight
- একো-নাইeko-nāiAdjective
একো নমনা; কোনো জ্ঞান নথকা; যেনে-"খঙত একো-নাই হৈছে"
without regard for anything (in anger)
- একোঁচekom̐caNoun
এটা মাকোট; এটা ভাঁজ
one fold
- একোঁহাekom̐hāNoun
মতা মানুহৰ দুটা কণী বা অণুৰ ভিতৰৰ এটা
a testicle
- একোঁহীয়াekom̐hīẏāAdjective
এটা কোঁহ বা অণ্ড থকা; একণীয়া; . বি. একশিৰা।
having only one testicle
- একোক্তিe.ko’k.tiAbstract Noun
নাটক, চিনেমা আদিত কোনো চৰিত্ৰই অকলে থকা সময়ত দীঘলীয়াকৈ নিজকে নিজে কোৱা কথা ।
A (usually long) dramatic speech intended to give the illusion of unspoken reflections.
- একোছাe.ko`.saProper Adj.
A group or bunch of stick or rod like objects bound together.
- একোজনAdverb
দুই বা ততোধিক লোকৰ প্ৰত্যেক জনলৈ বা প্ৰত্যেক জনৰ পৰা
To or from every one of two or more (considered individually).
- একোটাekoṭāNoun
বেলেগ এটা; এটা এটা; যেনে-"গাইপতি একোটা মত"
separate one
- একোদ্দিষ্টekoddiṣṭaAdjective
এজনৰ উদ্দেশ্যে কৰা (শৰাধ); এখনীয়া (শৰাধ)
(śrāddha) offered to one person only
- একোদৰe.ko`.dorCommon Noun
একে মাকৰ সন্তান
Two brothers of the same mother.
- একোপধ্যেekopadhyeAdverb
একো প্ৰকাৰে; কোনোমতে
in any way; by no means; in spite of all efforts
- একোপ্ৰকাৰেe.ko`.pro.ka.reAdverb
বহুতো উপায়ৰ কোনো এটা উপায়েৰেও (নঞৰ্থক)৷
In no manner or in no way.
- একোহালিe.ko`.ha.liMaterial Noun
এক ওহালি অৰ্থাৎ টোলোঠাৰ পৰা ব-ৰ ওচৰলৈকে হাতেৰে ঢুকি পোৱা পৰিমাণৰ তাঁতত থকা কাপোৰ ।
as much cloth as is woven before winding it on the beam of the loon.
- এক্কাগাড়ীek.ka.ga.riMaterial Noun
ঘোঁৰাৰ সহায়ত চলোৱা এবিধ গাড়ী।
A wheeled vehicle drawn by horses.
- এক্তিয়াৰektiẏāraNoun
ক্ষমতা, অধিকাৰ, অধিকাৰক্ষেত্ৰ
power; right; jurisdiction
- এক্তৰektaraAdjective
সান-মিহলি
mixed up confusedly' jumbled
- এক্ষণেekṣaṇeAdverb
এতিয়াই
presently
- এক্স-ৰেeks-reAbstract Noun
Electromagnetic radiation of short wavelength, able to pass through opaque bodies
- এক্সচেঞ্জAbstract Noun
এটাক আনটোৰে বদলি কৰা কাৰ্য্য।
the act of changing one item with another.