← ফুৰি যাওক

একোহালি

e.ko`.ha.li

অৰ্থ

1.

এক ওহালি অৰ্থাৎ টোলোঠাৰ পৰা ব-ৰ ওচৰলৈকে হাতেৰে ঢুকি পোৱা পৰিমাণৰ তাঁতত থকা কাপোৰ ।

as much cloth as is woven before winding it on the beam of the loon.

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একোহালি · অসমীয়া অভিধান