← ফুৰি যাওক

একোটা

ekoṭā

অৰ্থ

1.

বেলেগ এটা; এটা এটা; যেনে-"গাইপতি একোটা মত"

separate one

বি.

2.

কোনোটো; অনেকৰ ভিতৰত এটা; যেনে-"গছৰ আম একোটা ডাঙৰ, একোটা সৰু"

a certain one

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ