← ফুৰি যাওক

একোঁচ

ekom̐ca

অৰ্থ

1.

এটা মাকোট; এটা ভাঁজ

one fold

বি.

2.

গাৰ কাপোৰ মোকটাই জোলোঙাৰ নিচিনাকৈ লোবা দোৰোল বা খোঁকত যিমান বস্ত্ত ধৰে সিমান

as much as can be contained in a fold of a garment

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একোঁচ · অসমীয়া অভিধান