← ফুৰি যাওক

একো-নাই

eko-nāi

অৰ্থ

1.

একো নমনা; কোনো জ্ঞান নথকা; যেনে-"খঙত একো-নাই হৈছে"

without regard for anything (in anger)

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ