একোঁহীয়া
ekom̐hīẏā
অৰ্থ
1.
এটা কোঁহ বা অণ্ড থকা; একণীয়া; . বি. একশিৰা।
having only one testicle
বিণ.
2.
টুবুকা পাতেৰে এবিধ বনৰীয়া লতা আৰু তাৰ তামোল একোটাৰ সমান ফল [তাৰ ভিতৰত এটা ডাঙৰ আৰু এটা সৰু সঁজা ফুট থাকে, তাক একোঁহীয়া বেমাৰত বাটি ঘঁহি লগায়]।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ