← ফুৰি যাওক

এক্তৰ

ektara

অৰ্থ

1.

সান-মিহলি

mixed up confusedly' jumbled

বিণ.

সমাৰ্থক শব্দ

2.

আউল-জাউল; যেনে-"কান্দিকাতি একতৰ হৈছে।" একতৰে (পু. অ.) একত্ৰে; যেনে-"একতৰে সাতোখান পৱথিবী ধৰিলা" (অৰণ্যকাণ্ড)।

ক্ৰি. বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ