সঁজাল
sam̐jāla
অৰ্থ
1.
নকৈ ৰোবা পুলিয়ে জঁই পৰাৰ পাছত ধৰা ঠন বা শ্ৰী
revival to freshness after decay, as a newly transplanted plant
বি.
2.
নতুন; বুটি নোহোয়া; যেনে-"সজাঁল ঢেঁকি-থোৰা"; . সঁজাল ধৰ্ ঠন বা শ্ৰী ধৰ্ (নকৈ ৰোবা গছৰ পুলিয়ে)
fresh; new; not worn out ; to be revived after decay, as a newly transplanted plant
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ