← ফুৰি যাওক

স

sa

অৰ্থ

1.

ব্যঞ্জনৰ বত্ৰিশ সংখ্যাৰ আকৰ; ইয়াৰ নাম দন্ত্য স; "শ" চোবাঁ

the thirty-second consonant

2.

সৈতে; সহিতে; যেনে-"সবান্ধবে"

in company with

3.

সমান; অভিন্ন; এক; যেনে-"সগোত্ৰ"

similar; same

4.

সহ্; সহ্য কৰ্; স্হিৰ মনেৰে ভুঞ্জ্; ধৈৰ্য্য ধৰ্

to bear

সক. ধা.

5.

ভেটি দিবলৈ সৈ ল বা প্ৰস্তাব কৰ্ (টকা)

to offer as a bribe

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ