সঁচা
sam̐cā
অৰ্থ
1.
সত্য; যথাৰ্থ
real; true
বিণ.
2.
সত্য কথা
truth
বি.
3.
স্বৰূপ বা আচল বস্ত্ত; . ক্ৰি. বিণ. সঁচাকৈ। সঁচা-সঁচি, বিণ. স্বৰূপ; নিশ্চয়; যথাৰ্থ
real thing ; real; true; certain
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ