← ফুৰি যাওক

সঁচ

sam̐ca

অৰ্থ

1.

খেতিৰ কাৰণে ৰখা গুটি আদি; কঠীয়া; বিধান; বীজ

seed kept for cultivation

বি.

2.

সন্তান; পোবালি; . সঁচূবা বিণ. কঠীয়া বা সঁচৰ কাৰণে ৰখা

progeny; offspring ; kept for seed

বি.

3.

সঁচ-সম্পৰ্কীয়; সঁচৰ।

pertaiping to seed

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ