← ফুৰি যাওক

সঁজাল্

sam̐jāl

অৰ্থ

1.

নৰিয়াৰ পাছত সৰল বা পুষ্ট কৰ (গা)

to restore to vigour

সক. ধা.

2.

পুনৰায় জ্বলা (জুই)

to rekindle

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ