কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থানথিতthan.thitCommon Noun
নিগাজীকৈ বাস কৰা ঠাই
a fixed place of residence
- থানবানthan.banProper Adj.
সৰু-সৰু টুকুৰা কৰি পেলোৱা।
separated into smaller pieces.
- থানবান্thānabānAdjective
থান্থান্।
- থানাthānāNoun
আহাৰ; ভোজন
meal; feast
- থানাদাৰthānādāraNoun
মোগৰ আমোলৰ এক থানাৰ অধিকাৰী বিষয়া।
- থানুবাthānubāAdjective
ঠানুবা।
- থান্থান্thānthānAdjective
ঠাই ঠাই; অনেক ঠাইত সিঁচৰতি; চাৰিওফালে বিশৱঙ্খলৰূপে থকা
scattered about; lying pell-mell
- থাপthāpaNoun
অকস্মাৎ হাত মেলি ধৰা কাৰ্য্য, কোনো বস্ত্ত ধৰিবৰ নিমিত্তে হাতেৰে মৰা ছাপ
the act of seizing sudeenly by the hand
- থাপ মাৰি ধৰ্thap ma.ri dhorVerb-Trans.
ততাতৈয়াকৈ আৱদ্ধ কৰ্ বা খামুচি ধৰ্
to capture or restrain hurriedly
- থাপ মাৰ্
থপিয়া; অকস্মাৎ হাত মেলি ধৰ্; অকস্মাৎ ওপৰৰপৰা আহি চাৰ মাৰ্
to seize suddenly by the hand; to pounce upon
- থাপ-থুপকৈthap-thup.koiAdverb
আন কোনোৱে জানিব নোৱাৰাকৈ
done or carried out without the knowledge of others
- থাপকthāpakaNoun
প্ৰতিষ্ঠাতা; স্হাপন কৰোঁতা।
- থাপনাthāpanāNoun
ঈশ্বৰ বা গুৰুজনৰ সলনি সেবা, পূজা আদি কৰিবৰ নিমিত্তে আসন-বসন দি পাতি লোবা ওখ ৰেদী বা মঞ্চ
- থাপনা কৰ্
স্হাপন কৰ্; স্হায়ীতাবে ৰাখ্
to set up; to establish
- থাপনিthāpaniNoun
ঈশ্বৰ বা গুৰুজনৰ সলনি সেবা, পূজা আদি কৰিবৰ নিমিত্তে আসন-বসন দি পাতি লোবা ওখ ৰেদী বা মঞ্চ
- থাপি-থুপিtha.pi-thu.piAdverb
বাহিৰত প্ৰকাশ নকৰাকৈ লুকুৱাই থৈ
by hushing up or by suppressing mention of
- থাপিতtha.pi.toProper Adj.
যিটো স্থাপন অথবা গ্ৰহণ কৰা হৈছে ৷
Brought about or set up or accepted.
- থাপিত-সাঞ্চিতthāpita-sāñcitaAdjective
প্ৰতিষ্ঠিত আৰু ৰক্ষিত, প্ৰকাৰান্তৰে কৰতলীয়া; ; যেনে-"সৰ্ব্বকালে কছাৰী ৰজা আমাৰ থাপিত-সাঞ্চিত, এখন পুনু বাট দিয়ক" (অসম বুৰঞ্জী)।
the state of being installed and preseved
- থাপে-গোপেthāpe-gopeAdverb
বাহিৰত প্ৰকাশ নকৰাকৈ
by hushing up
- থাপে-থুপেtha.pe-thu.peAdverb
আন কোনোৱে জানিব নোৱাৰাকৈ
done or carried out without the knowledge of others