← ফুৰি যাওক

থাপনি

thāpani

অৰ্থ

1.

ঈশ্বৰ বা গুৰুজনৰ সলনি সেবা, পূজা আদি কৰিবৰ নিমিত্তে আসন-বসন দি পাতি লোবা ওখ ৰেদী বা মঞ্চ

বি.

সমাৰ্থক শব্দ

2.

a sacred altar

বি.

সমাৰ্থক শব্দ

3.

কোনো মহোৎসবৰ আগদিনা আৰম্ভণি কৰা কাৰ্য্য

the preliminary ceremonies performed before principal festival

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

থাপনি · অসমীয়া অভিধান