← ফুৰি যাওক

থাপিত-সাঞ্চিত

thāpita-sāñcita

অৰ্থ

1.

প্ৰতিষ্ঠিত আৰু ৰক্ষিত, প্ৰকাৰান্তৰে কৰতলীয়া; ; যেনে-"সৰ্ব্বকালে কছাৰী ৰজা আমাৰ থাপিত-সাঞ্চিত, এখন পুনু বাট দিয়ক" (অসম বুৰঞ্জী)।

the state of being installed and preseved

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

থাপিত-সাঞ্চিত · অসমীয়া অভিধান