থানা
thānā
অৰ্থ
1.
আহাৰ; ভোজন
meal; feast
বি.
2.
দেশৰ শান্তি ৰক্ষা কৰিবৰ নিমিত্তে আৰু দোষী মানুহক ধৰি আনি বিচাৰৰ নিমিত্তে চালান বা প্ৰেৰণ কৰিবৰ কাৰণে চিপাহী, দাৰোগা থকা ৰজাঘৰীয়া অফিচ
a police station
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ